কোভিড–১৯ত আক্ৰান্ত শিৱসাগৰ জিলাৰ নাজিৰাৰ এগৰাকী যুৱতী

News18 Assam | News18-Assam
Updated:May 22, 2020, 1:45 PM IST
কোভিড–১৯ত আক্ৰান্ত শিৱসাগৰ জিলাৰ নাজিৰাৰ এগৰাকী যুৱতী
কৰ্মসূত্ৰে কলকাতাত আছিল যুৱতীগৰাকী। কিছুদিন পূৰ্বে কলকাতাৰ পৰা অসমলৈ  আহিছিল যুৱতীগৰাকী।

কৰ্মসূত্ৰে কলকাতাত আছিল যুৱতীগৰাকী। কিছুদিন পূৰ্বে কলকাতাৰ পৰা অসমলৈ  আহিছিল যুৱতীগৰাকী।

  • Share this:
ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোণা ৰোগীৰ সংখ্যা। কোভিড–১৯ নতুনকৈ আক্ৰান্ত হৈছে শিৱসাগৰ জিলাৰ এগৰাকী যুৱতী। শিৱসাগৰ জিলাৰ এইগৰাকী যুৱতীৰ ঘৰ নাজিৰাৰ বুধবাৰী সত্ৰত। কোভিড–১৯ত আক্ৰান্ত  হোৱা যুৱতীগৰাকীৰ নাম নৱমল্লিকা দত্ত।  কৰ্মসূত্ৰে কলকাতাত আছিল যুৱতীগৰাকী। কিছুদিন পূৰ্বে কলকাতাৰ পৰা অসমলৈ  আহিছিল যুৱতীগৰাকী। অহাৰ পিছতে কোৱাৰেণ্টাইন হৈছিল যোৰহাটত অৱস্থিত কোৱাৰেণ্টাইন চেণ্টাৰত। বৰ্তমান যুৱতীগৰাকীক ভৰ্তি কৰোৱা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ল হাস্পতালত৷
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading