তেজপুৰৰ গণেশঘাটত যুৱতীৰ মৃতদেহ উদ্ধাৰ

আৰক্ষী আৰু SDRF-এ উদ্ধাৰ কৰে মৃতদেহটো। বৰ্তমানেও জানিব পৰা নাই মৃত যুৱতীগৰাকীৰ পৰিচয়। দুৰ্ঘটনা নে আত্মহত্যা সেয়াও ৰহস্যৰ আৱৰ্তত। 

News18-Assam
Updated:June 30, 2019, 5:19 PM IST
তেজপুৰৰ গণেশঘাটত যুৱতীৰ মৃতদেহ উদ্ধাৰ
আৰক্ষী আৰু SDRF-এ উদ্ধাৰ কৰে মৃতদেহটো। বৰ্তমানেও জানিব পৰা নাই মৃত যুৱতীগৰাকীৰ পৰিচয়। দুৰ্ঘটনা নে আত্মহত্যা সেয়াও ৰহস্যৰ আৱৰ্তত। 
News18-Assam
Updated: June 30, 2019, 5:19 PM IST
তেজপুৰত ব্ৰহ্মপুত্ৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ। আৰক্ষী আৰু SDRF-এ উদ্ধাৰ কৰে মৃতদেহটো। তেজপুৰৰ গণেশঘাটত উদ্ধাৰ যুৱতীৰ মৃতদেহটো।



বৰ্তমানেও জানিব পৰা নাই মৃত যুৱতীগৰাকীৰ পৰিচয়। দুৰ্ঘটনা নে আত্মহত্যা সেয়াও ৰহস্যৰ আৱৰ্তত।
আৰু চাওক পৰৱৰ্তী বাতৰি