ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিচ্ছিন্ন হোৱা বাঘিনী উদ্ধাৰ

২ মাহৰ পিছত ৫ এপ্ৰিলত বাঘিনীজনীক উদ্ধাৰ কৰিছিল বন বিভাগে

news18assam
Updated:May 4, 2019, 1:11 PM IST
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিচ্ছিন্ন হোৱা বাঘিনী উদ্ধাৰ
২ মাহৰ পিছত ৫ এপ্ৰিলত বাঘিনীজনীক উদ্ধাৰ কৰিছিল বন বিভাগে
news18assam
Updated: May 4, 2019, 1:11 PM IST
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিচ্ছিন্ন হোৱা বাঘিনী উদ্ধাৰ। ২ মাহৰ পিছত ৫ এপ্ৰিলত বাঘিনীজনীক উদ্ধাৰ কৰিছিল বন বিভাগে। উদ্ধাৰৰ পিছত বাঘিনীজনী অন্ধ আৰু খাদ্যৰ অভাৱত দুৰ্বলতাত ভুগি আছিল বুলি প্ৰত্যক্ষ কৰে বনবিভাগে। উন্নত চিকিৎসাৰ বাবে বাঘিনীজনীক অসম ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰিত কৰা হৈছে।



আৰু চাওক পৰৱৰ্তী বাতৰি