
পাটকাই মেনছ হোষ্টেলতৰ ২২৪নং কোঠাত আছিল মৃত আদিত্য৷
পাটকাই মেনছ হোষ্টেলতৰ ২২৪নং কোঠাত আছিল মৃত আদিত্য৷
তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰৰ আত্মহনন৷ বিশ্ববিদ্যালয় চৌহদৰ ভিতৰতে আত্মহত্যা ছাত্ৰজনৰ৷ মৃত ছাত্ৰজন ডিব্ৰুগড়ৰ আদিত্য তাঁতী৷
পাটকাই মেনছ হোষ্টেলতৰ ২২৪নং কোঠাত আছিল মৃত আদিত্য৷ চিভিল ইঞ্জিনিয়াৰিঙৰ ৭ম ষান্মাষিকত অধ্যয়নৰত আছিল৷ ছাত্ৰজনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|