• Home
  • »
  • News
  • »
  • assam
  • »
  • তেজপুৰ বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰই ল'লে চৰম পথ

তেজপুৰ বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰই ল'লে চৰম পথ

পাটকাই মেনছ হোষ্টেলতৰ ২২৪নং কোঠাত আছিল মৃত আদিত্য৷

পাটকাই মেনছ হোষ্টেলতৰ ২২৪নং কোঠাত আছিল মৃত আদিত্য৷

পাটকাই মেনছ হোষ্টেলতৰ ২২৪নং কোঠাত আছিল মৃত আদিত্য৷

  • Share this:
তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰৰ আত্মহনন৷ বিশ্ববিদ্যালয় চৌহদৰ ভিতৰতে আত্মহত্যা ছাত্ৰজনৰ৷ মৃত ছাত্ৰজন ডিব্ৰুগড়ৰ আদিত্য তাঁতী৷

পাটকাই মেনছ হোষ্টেলতৰ ২২৪নং কোঠাত আছিল মৃত আদিত্য৷ চিভিল ইঞ্জিনিয়াৰিঙৰ ৭ম ষান্মাষিকত অধ্যয়নৰত আছিল৷ ছাত্ৰজনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।
Published by:Gautam Barman
First published: