বৰডুমচাত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ, ধৃত স্বামী আৰু শাহু

মী পৰিয়ালে হত্যা কৰি জ্বলাই দিয়াৰ অভিযোগ একাংশৰ। দীৰ্ঘদিনৰ পৰা চলি আছিল শাহু আৰু বোৱাৰীৰ মাজত কাজিয়া। 

News18-Assam
Updated:July 7, 2019, 4:56 PM IST
বৰডুমচাত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ, ধৃত স্বামী আৰু শাহু
ফাইল ফটো
News18-Assam
Updated: July 7, 2019, 4:56 PM IST
বৰডুমচাৰ মহংগাৱত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ। ঘটনাৰ পিছতে বৰডুমচা থানা ঘেৰাও কৰে ৰাইজে। স্বামী পৰিয়ালে হত্যা কৰি জ্বলাই দিয়াৰ অভিযোগ একাংশৰ। দীৰ্ঘদিনৰ পৰা চলি আছিল শাহু আৰু বোৱাৰীৰ মাজত কাজিয়া। ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামী আৰু শাহুৱেকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি