মিজোৰামত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ, ভাড়াঘৰৰ পৰা উদ্ধাৰ মৃতদেহ

News18 Assam | News18-Assam
Updated:March 30, 2020, 1:24 PM IST
মিজোৰামত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ, ভাড়াঘৰৰ পৰা উদ্ধাৰ মৃতদেহ
ল’ক ডাউনৰ সময়ত মৃতদেহ মিজোৰামৰ পৰা স্ব–গৃহলৈ আনিবলৈ এতিয়া সমস্যাত পৰিয়ালৰ লোক

ল’ক ডাউনৰ সময়ত মৃতদেহ মিজোৰামৰ পৰা স্ব–গৃহলৈ আনিবলৈ এতিয়া সমস্যাত পৰিয়ালৰ লোক

  • Share this:
দেশত চলি থকা ল’ক ডাউনৰ সময়ত মিজোৰামত ৰহস্যজনক ভাবে মৃত্যুক সাৱটি ল’লে মাধুৰ্য ভূঞা নামৰ অসমৰ যুৱকে। পিছত ভাড়াঘৰৰ দুৱাৰ ভাঙি উদ্ধাৰ কৰা হয় মাধুৰ্যৰ মৃতদেহ। ইণ্ডিয়ান অডিট এণ্ড একাউণ্ট ডিপাৰ্টমেন্টৰ কমচাৰী মাধুৰ্য ভূঞা কৰ্মসুত্ৰে মিজোৰামৰ আইজলত আছিল।

এতিয়া ল’ক ডাউনৰ সময়ত যুৱকজনৰ মৃতদেহ গোলাঘাটৰ নিজ ঘৰলৈ আনিবলৈ সমস্যাত পৰিছে পৰিয়ালৰ লোক। মৃত্যুৰ সময়ত মাধুৰ্যই ইহ সংসাৰত মাতৃ, পত্নী সহ দুই সন্তানক এৰি থৈ যায়।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading