உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হঠাৎ অহা ধুমুহাত নাও ডুবি ৯ বছৰীয়া ছাত্ৰীৰ মৃত্যু, জাগীৰোডত শোকৰ ছাঁ

    হঠাৎ অহা ধুমুহাত নাও ডুবি ৯ বছৰীয়া ছাত্ৰীৰ মৃত্যু, জাগীৰোডত শোকৰ ছাঁ

    প্ৰতীকী ফটো

    প্ৰতীকী ফটো

    মৃত্যু হোৱা ছাত্রী গৰাকী ৯ বছৰীয়া নিশাত তাব্বাচুম।

    • Share this:
    জাগীৰোডৰ কাৰছোৱাবৰীত শোকাৱহ নাও দুৰ্ঘটনা। পকৰীয়া নৈত নাও ডুবি সলিলসমাধি এগৰাকী স্কুলীয়া ছাত্ৰীৰ। মৃত্যু হোৱা ছাত্রী গৰাকী ৯ বছৰীয়া নিশাত তাব্বাচুম। হঠাৎ অহা ধুমুহাত নাও ডুবি মৃত্যু ছাত্ৰীগৰাকীৰ। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
    Published by:Sanjay Kumar Das
    First published: