Coronavirus : কোভিডৰ হটস্পটত পৰিণত গুৱাহাটীৰ ৮টা ৱাৰ্ড, কণ্টেইনমেণ্ট জ’ন ঘোষণাৰ সম্ভাৱনা

News18 Assam | News18-Assam
Updated:May 5, 2021, 12:40 PM IST
Coronavirus : কোভিডৰ হটস্পটত পৰিণত গুৱাহাটীৰ ৮টা ৱাৰ্ড, কণ্টেইনমেণ্ট জ’ন ঘোষণাৰ সম্ভাৱনা
Guwahati traffic

আজি সন্ধিয়া হটস্পটৰূপে চিনাক্ত অঞ্চলত উপায়ুক্তই কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ সম্ভাৱনা আছে।

  • Share this:
কোৰোণাৰ হটস্পটত পৰিণত হৈছে গুৱাহাটীৰ ৮টা ৱাৰ্ড। এই ৱাৰ্ডকেইটা হৈছে ৩, ৮, ১৪, ১৬, ২৪, ২৮, ২৯ আৰু৩১নং ৱাৰ্ড।

গুৱাহাটীত কোৰোণাত অধিক আক্ৰান্ত অঞ্চলকেইটা হৈছে বেলতলা, বশিষ্ঠ, ফটাশিল, আমবাৰী, বৰ্ষাপাৰা, ধীৰেনপাৰা, কুমাৰপাৰা, এ টি ৰোড, মাছখোৱা, ভূতনাথ, খানাপাৰা, পাঞ্জাবাৰী, হাতীগাঁও, উলুবাৰী, ৰিহাবাৰী, ডিজিপি কমপ্লেক্স, বিলপাৰ, ছলাপাৰা,পাণ্ডু, মালিগাঁও, নাৰেংগী, বোন্দা।

২৮নং ৱাৰ্ডত আক্ৰান্ত ৭২৩জন, ১৬ নং ৱাৰ্ডত ৫০৬জন, ৮নং ৱাৰ্ডত ৪১৯জন, ৩১নং ৱাৰ্ডত ৩৩৪জন, ২৯নংৱাৰ্ডত ৩২৮জন, ১৪নং ৱাৰ্ডত ৩১৮জন, ৩নং

ৱাৰ্ডত ২৯৩জন, ২৪নং ৱাৰ্ডত ২৮১জন। আজি সন্ধিয়া হটস্পটৰূপে চিনাক্ত অঞ্চলত উপায়ুক্তই কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ সম্ভাৱনা আছে।
Published by: Sanjay Kumar Das
First published: May 5, 2021, 12:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি