অসমত ২২২জনলৈ বৃদ্ধি পালে কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

News18 Assam | News18-Assam
Updated:May 22, 2020, 4:16 PM IST
অসমত ২২২জনলৈ বৃদ্ধি পালে কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা
Source-Google

নতুনকৈ আৰু ৮জন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছৰ অৱস্থিতি।

  • Share this:
অসমত ২২২জনলৈ বৃদ্ধি পালে কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। আৰু ৮জন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছৰ অৱস্থিতি। ইয়াৰ ভিতৰত দুজন শিলচৰ কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ আছিল। লোক দুজনৰ ঘৰ ক্ৰমে কাছাৰ আৰু হাইলাকান্দিত। আনহাতে, তেজপুৰ কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ থকা ৬জন লোক দেহতো ওলাইছে কোভিড–১৯ পজিটিভ। এই আটাইকেইজন লোক শোণিতপুৰ জিলাৰ। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনালে এই কথা।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading