News18 AssamNews18 Assam
|
News18-Assam Updated:May 22, 2020, 6:44 PM IST
মুঠ ২৩০জনৰ বৰ্তমান ১৬৯জন চিকিৎসাধীন হৈ আছে ৰাজ্যৰ বিভিন্ন হাস্পতালত।
মুঠ ২৩০জনৰ বৰ্তমান ১৬৯জন চিকিৎসাধীন হৈ আছে ৰাজ্যৰ বিভিন্ন হাস্পতালত।
অসমত আৰু ৮জন লোকৰ দেহত ধৰা পৰিছে কোভিড–১৯ পজিটিভ। ইয়াৰে এজন মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন হৈ আছিল। এজন শিলচৰ মেডিকেল কলেজ হাস্পতালত কোৱাৰেণ্টাইন হৈ আছিল আৰু বাকী ৬জন কোৱাৰেণ্টাইন হৈ আছিল কাছাৰত। ৰাজ্যত মুঠ আক্ৰান্ত লোকৰ সংখ্যা হ’লগৈ ২৩০জন। এই কথা জনালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।