মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আজি শিক্ষা বিভাগে নিযুক্তি দিব ৭৬৭জন শিক্ষকক, মাদ্ৰাছা টেট পাছ কৰাসকলে কোনো কাৰণতে নাপাই চাকৰি

আজি শিক্ষা বিভাগে নিযুক্তি দিব ৭৬৭জন শিক্ষকক, মাদ্ৰাছা টেট পাছ কৰাসকলে কোনো কাৰণতে নাপাই চাকৰি

News18 Assam | Advertorial
Updated:August 20, 2021, 11:51 AM IST
আজি শিক্ষা বিভাগে নিযুক্তি দিব ৭৬৭জন শিক্ষকক, মাদ্ৰাছা টেট পাছ কৰাসকলে কোনো কাৰণতে নাপাই চাকৰি
এক লাখ নিযুক্তিৰ প্ৰথমটো খোজ এয়া। এই মন্তব্য শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ। 

এক লাখ নিযুক্তিৰ প্ৰথমটো খোজ এয়া। এই মন্তব্য শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ। 

  • Advertorial
  • Last Updated: August 20, 2021, 11:51 AM IST
  • Share this:
আজি শিক্ষা বিভাগে নিযুক্তি দিব ৭৬৭জন শিক্ষকক। এক লাখ নিযুক্তিৰ প্ৰথমটো খোজ এয়া। এই মন্তব্য শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ। 

ৰণোজ পেগুৱে কয়, ‘‘মাদ্ৰাছা টেট পাছ কৰাসকলে কোনো কাৰণতে নাপাই চাকৰি। সাধাৰণ টেট উত্তীৰ্ণ হ’লেহে চাকৰি পাব।’’

আনহাতে, মহাবিদ্যালয়ৰ নামভৰ্তিৰ ক্ষেত্ৰত উত্থাপিত অভিযোগ সন্দৰ্ভত শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়, ‘‘১১খন মহাবিদ্যালয়ে নামভৰ্তিত বৰ্ণবাদৰ আশ্ৰয় লৈছিল। সেই মহাবিদ্যালয়সমূহক বৰ্ণবাদৰ আশ্ৰয় নল’বলৈ নিৰ্দেশ দিয়া হৈছে। এই কাৰ্য গৰিহণাৰ যোগ্য।’’
Published by: Sanjay Kumar Das
First published: August 20, 2021, 11:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি