এক লাখ নিযুক্তিৰ প্ৰথমটো খোজ এয়া। এই মন্তব্য শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ।
এক লাখ নিযুক্তিৰ প্ৰথমটো খোজ এয়া। এই মন্তব্য শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ।
আজি শিক্ষা বিভাগে নিযুক্তি দিব ৭৬৭জন শিক্ষকক। এক লাখ নিযুক্তিৰ প্ৰথমটো খোজ এয়া। এই মন্তব্য শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ।
ৰণোজ পেগুৱে কয়, ‘‘মাদ্ৰাছা টেট পাছ কৰাসকলে কোনো কাৰণতে নাপাই চাকৰি। সাধাৰণ টেট উত্তীৰ্ণ হ’লেহে চাকৰি পাব।’’
আনহাতে, মহাবিদ্যালয়ৰ নামভৰ্তিৰ ক্ষেত্ৰত উত্থাপিত অভিযোগ সন্দৰ্ভত শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়, ‘‘১১খন মহাবিদ্যালয়ে নামভৰ্তিত বৰ্ণবাদৰ আশ্ৰয় লৈছিল। সেই মহাবিদ্যালয়সমূহক বৰ্ণবাদৰ আশ্ৰয় নল’বলৈ নিৰ্দেশ দিয়া হৈছে। এই কাৰ্য গৰিহণাৰ যোগ্য।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|