দ্বিতীয় পৰ্যায়ত অসমৰ ৫টা সমষ্টিত ৭৩.৩২% ভোটদান

বিক্ষিপ্ত ঘটনা, ৰিগিঙৰ মাজেৰে অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, নগাঁও সমষ্টিত সৰ্বাধিক আৰু স্বায়ত্বশাসিত পৰিষদ সমষ্টিত সৰ্বনিম্ন ভোটদান।


Updated:April 18, 2019, 9:35 PM IST
দ্বিতীয় পৰ্যায়ত অসমৰ ৫টা সমষ্টিত ৭৩.৩২% ভোটদান
ব্ৰেকিং নিউজ

Updated: April 18, 2019, 9:35 PM IST
সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
অসমত ৫টা সমষ্টিত ৭৩.৩২% ভোটদান
কৰিমগঞ্জত ৭১.৪১% লোকে দিলে ভোট

৭১.৭৯% লোকৰ ভোটদান শিলচৰত
স্বায়ত্তশাসিত জিলাত ৬৯.৫১%ৰ ভোটদান
মঙলদৈত ৭৫.০৭% লোকৰ ভোটদান
৭৫.৭১% লোকৰ ভোটদান নগাঁও সমষ্টিত

(ভোটদানৰ সন্ধিয়া ৫বজালৈকে এই তথ্য)
আৰু চাওক পৰৱৰ্তী বাতৰি