• Home
  • »
  • News
  • »
  • assam
  • »
  • Kamakhya : ৰে'লত জব্দ কৰা গাঞ্জা বিক্ৰী কাণ্ড, কামাখ্যাৰ GRPৰ ৭জন আৰক্ষীক ৰিজাৰ্ভ ক্ল'জ

Kamakhya : ৰে'লত জব্দ কৰা গাঞ্জা বিক্ৰী কাণ্ড, কামাখ্যাৰ GRPৰ ৭জন আৰক্ষীক ৰিজাৰ্ভ ক্ল'জ

২ জুলাইত কৰ্তব্যত থকা ৭জন ৰে'ল আৰক্ষীৰ বিৰুদ্ধে গ্ৰহণ কৰা হয় শাস্তিমূলক ব্যৱস্থা।

২ জুলাইত কৰ্তব্যত থকা ৭জন ৰে'ল আৰক্ষীৰ বিৰুদ্ধে গ্ৰহণ কৰা হয় শাস্তিমূলক ব্যৱস্থা।

২ জুলাইত কৰ্তব্যত থকা ৭জন ৰে'ল আৰক্ষীৰ বিৰুদ্ধে গ্ৰহণ কৰা হয় শাস্তিমূলক ব্যৱস্থা।

  • Share this:
কামাখ্যাৰ GRPৰ ৭জন আৰক্ষীক ৰিজাৰ্ভ ক্ল'জ নিৰ্দেশনা। ২ জুলাইত কামাখ্যা ৰে'ল ষ্টেচনত এখন ৰে'লৰ পৰা জব্দ কৰিছিল বৃহৎ পৰিমাণৰ গাঞ্জা।

পৰৱৰ্তী সময়ত জব্দকৃত গাঞ্জাখিনি বিক্ৰী কৰিছিল এজন লোকক। কিন্তু গাঞ্জা বিক্ৰী কৰি আটক হৈছিল কামাখ্যা জিআৰপিৰ গৃহ ৰক্ষী যোৱান পূৰ্ণ দাস।

গতিকে ২ জুলাইত কৰ্তব্যত থকা ৭জন ৰে'ল আৰক্ষীৰ বিৰুদ্ধে গ্ৰহণ কৰা হয় শাস্তিমূলক ব্যৱস্থা।

বলেন বৰ্মন, অমল কলিতা, প্ৰণৱ বসুমতাৰী, সত্য দাস, শৈলেন কাকতি, কুলদীপ ডেকা আৰু ইছমাইল আলীৰ বিৰুদ্ধে লোৱা হৈছে এই ব্যৱস্থা।
Published by:Gautam Barman
First published: