লোমহৰ্ষক! প্ৰেমৰ বাবেই একেটা পৰিয়ালৰে ৭জনক চোকা অস্ত্ৰৰে আক্ৰমণ

কমৰ আলীৰ পৰিয়ালে আক্ৰমণ কৰে আন এটা পৰিয়ালক।জামাল আলীৰ পৰিয়ালক আক্ৰমণৰ অভিযোগ। চোকা অস্ত্ৰৰ প্ৰহাৰত ৭জন লোক গুৰুতৰভাৱে আহত।

News18-Assam
Updated:July 7, 2019, 2:54 PM IST
লোমহৰ্ষক! প্ৰেমৰ বাবেই একেটা পৰিয়ালৰে ৭জনক চোকা অস্ত্ৰৰে আক্ৰমণ
কমৰ আলীৰ পৰিয়ালে আক্ৰমণ কৰে আন এটা পৰিয়ালক।জামাল আলীৰ পৰিয়ালক আক্ৰমণৰ অভিযোগ। চোকা অস্ত্ৰৰ প্ৰহাৰত ৭জন লোক গুৰুতৰভাৱে আহত।
News18-Assam
Updated: July 7, 2019, 2:54 PM IST
নলবাৰীৰ আল্লিয়াত একেটা পৰিয়ালৰ ৭জনক আক্ৰমণ। প্ৰেমৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ। কমৰ আলীৰ পৰিয়ালে আক্ৰমণ কৰে আন এটা পৰিয়ালক।জামাল আলীৰ পৰিয়ালক আক্ৰমণৰ অভিযোগ। চোকা অস্ত্ৰৰ প্ৰহাৰত ৭জন লোক গুৰুতৰভাৱে আহত।
আহত জামাল আলী, চাইফ আলী, জয়নাল আলী, চাদ্দাম আলী, চালম আলী আৰু চাজাদা খাটুন। আহতসকল নলবাৰী জিলা হাস্পতালত চিকিৎসাধীন। দুজনক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি