உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাজ্যত কোৰোণাত আক্ৰান্তৰ সংখ্যা ২১০জনলৈ বৃদ্ধি, আৰু ৭জনৰ দেহত কোভিড–১৯ পজিটিভ

    ৰাজ্যত কোৰোণাত আক্ৰান্তৰ সংখ্যা ২১০জনলৈ বৃদ্ধি, আৰু ৭জনৰ দেহত কোভিড–১৯ পজিটিভ

    বৰ্তমান মুঠ ১৪৯জন ৰোগী চিকিৎসাধীন হৈ আছে ৰাজ্যৰ বিভিন্ন হাস্পতালত।

    বৰ্তমান মুঠ ১৪৯জন ৰোগী চিকিৎসাধীন হৈ আছে ৰাজ্যৰ বিভিন্ন হাস্পতালত।

    বৰ্তমান মুঠ ১৪৯জন ৰোগী চিকিৎসাধীন হৈ আছে ৰাজ্যৰ বিভিন্ন হাস্পতালত।

    • Share this:
    ৰাজ্যত ২১০জনলৈ বৃদ্ধি পালে কোৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। নতুনকৈ ৭জন লোকৰ দেহত ধৰা পৰিছে কোভিড–১৯ পজিটিভ। তেজপুৰ বিশ্ববিদ্যালয়ৰ জ’নেল কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ আছিল এই লোকসকল। ইয়াৰে ৫জন শোণিতপুৰৰ আৰু দুজনৰ ঘৰ লখিমপুৰত।

    বৰ্তমান মুঠ ১৪৯জন ৰোগী চিকিৎসাধীন হৈ আছে ৰাজ্যৰ বিভিন্ন হাস্পতালত। অসমত এতিয়ালৈ আৰোগ্য লাভ কৰিছে ৫৪জন ৰোগীয়ে। ৪জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৰাজ্যৰ বাহিৰলৈ গৈছে ৩জন লোক।
    First published: