পূজাৰ কেইদিনত গুৱাহাটীত যান–বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে ৰুজু ৬৩০টা গোচৰ

৫ৰ পৰা ৮ অক্টোবৰলৈ সংগ্ৰহ হোৱা জৰিমনাৰ পৰিমাণ ১ লাখ ৭২ হাজাৰ টকা।

News18-Assam
Updated:October 10, 2019, 1:58 PM IST
পূজাৰ কেইদিনত গুৱাহাটীত যান–বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে ৰুজু ৬৩০টা গোচৰ
৫ৰ পৰা ৮ অক্টোবৰলৈ সংগ্ৰহ হোৱা জৰিমনাৰ পৰিমাণ ১ লাখ ৭২ হাজাৰ টকা।
News18-Assam
Updated: October 10, 2019, 1:58 PM IST
দুৰ্গা পুজাৰ সময়ত গুৱাহাটী মহানগৰীত যান-বাহন আৰক্ষীয়ে সংগ্ৰহ কৰিলে বৃহৎ পৰিমাণৰ জৰিমনা। ৫ৰ পৰা ৮ অক্টোবৰলৈ সংগ্ৰহ হোৱা জৰিমনাৰ পৰিমাণ ১ লাখ ৭২ হাজাৰ টকা। মুঠ ৬৩০টা গোচৰ ৰুজু হৈছে যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে। ইয়াৰে Spot Fine Case ১৬১টা আৰু Non FIR Case ৩৬৯টা। সুৰাপান কৰি গাড়ী চলোৱা সন্দৰ্ভত ৰুজু ১২৯টা গোচৰ। আনহাতে, পূজাৰ দিনকেইটাত গুৱাহাটীত দুৰ্ঘটনা সংঘটিত হৈছে ৪টা। দুৰ্ঘটনাৰ ফলত ৩জন লোক নিহত হোৱাৰ লগতে আহত হৈছে দুজন।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি