অসম আৰক্ষীত ৰদ-বদল, ছয় আৰক্ষী অধীক্ষকক বদলি

News18 Assam | News18-Assam
Updated:January 7, 2020, 3:24 PM IST
অসম আৰক্ষীত ৰদ-বদল, ছয় আৰক্ষী অধীক্ষকক বদলি
Photo : NDTV Khabar

কাৰ্বি আংলংৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক মুখ্য কাৰ্যালয়লৈ বদলি৷

  • Share this:
অসম আৰক্ষীত ৰদ-বদল৷ ছয় আৰক্ষী অধীক্ষকক বদলি৷ কাৰ্বি আংলংৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক মুখ্য কাৰ্যালয়লৈ বদলি৷ SB(E)ৰ SP ভানৱাৰ লাল মীনা শদিয়াৰ SP হিচাপে নিযুক্তি৷ SB (EZ)ৰ SP ভি ভি আৰ ৰেড্ডীক CIDৰ SP হিচাপে বদলি৷ SB(Z)ৰ SP ৰত্না সিঙক SP(E)লৈ বদলি৷ শদিয়াৰ SP দেৱজিৎ দেউৰীক কাৰ্বি আংলঙৰ SP হিচাপে বদলি৷ CIDৰ SP লীনা দলেক SB(EZ)ৰ SP হিচাপে বদলি কৰা হৈছে।

আৰু চাওক
পৰৱৰ্তী বাতৰি