অসমত আৰু ৬জনৰ দেহত কোভিড–১৯ পজিটিভ, মুঠ আক্ৰান্তৰ সংখ্যা ১৪১লৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:May 19, 2020, 7:14 PM IST
অসমত আৰু ৬জনৰ দেহত কোভিড–১৯ পজিটিভ, মুঠ আক্ৰান্তৰ সংখ্যা ১৪১লৈ বৃদ্ধি
দুজন আক্ৰান্ত লোক কৰিমগঞ্জৰ আৰু এজন সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোক।

দুজন আক্ৰান্ত লোক কৰিমগঞ্জৰ আৰু এজন সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোক।

  • Share this:
অসমত কোৰোণা ভাইৰাছে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। আৰু ৬ জনৰ দেহত ধৰা পৰিছে কোভিড–১৯ পজিটিভ। অসমত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১৪১জনলৈ। গুৱাহাটীত আক্ৰান্ত হোৱা তিনিজনৰ ভিতৰত দুজন শেহতীয়াকৈ জিএমচিএইচত মৃত্যু হোৱা এজন কেঞ্চাৰ ৰোগীৰ পত্নী আৰু কন্যা। আনহাতে, দুজন আক্ৰান্ত লোক কৰিমগঞ্জৰ আৰু এজন সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোক।
First published: May 19, 2020, 7:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading