পুনৰ গুৱাহাটীত জব্দ সোণৰ বিস্কুট, ক’ৰ পৰা চলিছে সোণৰ চোৰাং বেহা?

News18-Assam
Updated:November 19, 2019, 1:02 PM IST
পুনৰ গুৱাহাটীত জব্দ সোণৰ বিস্কুট, ক’ৰ পৰা চলিছে সোণৰ চোৰাং বেহা?
FILE PHOTO

সোণখিনিৰ মূল্য প্ৰায় ৪০ লাখ টকা।

  • Share this:
গুৱাহাটীত পুনৰ জব্দ হ’ল ৬খন সোণৰ বিস্কুট। গুৱাহাটী ৰে’ল আৰক্ষীয়ে সোণসহ আটক কৰে আব্দুল ৰহিম ফাৰুক নামৰ এজন লোকক। ব্ৰহ্মপুত্ৰ মেইলযোগে মুম্বাইলৈ সৰবৰাহৰ চেষ্টা চলাইছিল সোণখিনি। জব্দ কৰা সোণখিনি অনা হৈছিল মণিপুৰৰ পৰা। সোণখিনিৰ মূল্য প্ৰায় ৪০ লাখ টকা। ধৃত সৰবৰাহকাৰীজনক সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি