• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰপেটাত হোটেলৰ পৰা আটক ৬ যুৱতীসহ ২ যুৱকক, হোটেলত কৰিছিল এয়া...

বৰপেটাত হোটেলৰ পৰা আটক ৬ যুৱতীসহ ২ যুৱকক, হোটেলত কৰিছিল এয়া...

হোটেলখনৰ স্বত্বাধিকাৰী সুধীৰ কৰ্মকাৰকো আটক কৰে আৰক্ষীয়ে।

হোটেলখনৰ স্বত্বাধিকাৰী সুধীৰ কৰ্মকাৰকো আটক কৰে আৰক্ষীয়ে।

হোটেলখনৰ স্বত্বাধিকাৰী সুধীৰ কৰ্মকাৰকো আটক কৰে আৰক্ষীয়ে।

  • Share this:
বৰপেটা চহৰৰ হোটেল প্লাজাত আৰক্ষীৰ আকস্মিক অভিযান। অভিযান কালত ২ যুৱকৰ লগতে ৬ যুৱতীক হোটেলৰ কোঠাৰ ভিতৰৰ পৰা আটক কৰে আৰক্ষীয়ে। আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে আন তিনিজন যুৱক পলাই যোৱাৰ সন্দেহ কৰা হৈছে। ধৃত যুৱক-যুৱতীসকল দেহ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ।

হোটেলখনৰ স্বত্বাধিকাৰী সুধীৰ কৰ্মকাৰকো আটক কৰে আৰক্ষীয়ে। আটাইকে বৰপেটা থানাত সোধা-পোছা কৰি থকা হৈছে। হোটেলখনত দীৰ্ঘদিনৰ পৰা দেহ ব্যৱসায় চলি থকাৰ অভিযোগ। একাংশ যুৱকক হোটেলখনত দালাল চক্ৰই যোগান ধৰি আহিছিল যুৱতী।
Published by:Sanjay Kumar Das
First published: