আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ৰাঁচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গুৱাহাটীত সৰ্বানন্দ সোণোৱালৰ যোগাসন
News18-Assam Updated:June 21, 2019, 6:59 AM IST

মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
- News18 Assam
- Last Updated: June 21, 2019, 6:59 AM IST
ইফালে, মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সৰুসজাই সোণোৱালৰ সৈতে যোগাসনত অংশগ্ৰহণ কৰিব মন্ত্ৰী পীযূষ হাজৰিকা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যও।
দেশ–বিদেশৰ প্ৰতিটো প্ৰান্তত সুস্থ–সবল জীৱনৰ বাবে পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ থীম হৈছে Yoga for Heart Care।