আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ৰাঁচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গুৱাহাটীত সৰ্বানন্দ সোণোৱালৰ যোগাসন

News18-Assam
Updated:June 21, 2019, 6:59 AM IST
আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ৰাঁচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গুৱাহাটীত সৰ্বানন্দ সোণোৱালৰ যোগাসন
মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

  • Share this:
বিশ্বজুৰি আজি পালন কৰা হৈছে ৫ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনটোত ৰাঁচীত আছে। বৃহস্পতিবাৰে নিশা ৰাঁচীত উপস্থিত হয় নৰেন্দ্ৰ মোদী। কিছু সময় পিছতে ধুৰ্বাস্থিত প্ৰভাত তাৰা খেলপথাৰত প্ৰায় ৪০ হাজাৰ লোকৰ সৈতে যোগাসন কৰিব মোদীয়ে।

ইফালে, মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সৰুসজাই সোণোৱালৰ সৈতে যোগাসনত অংশগ্ৰহণ কৰিব মন্ত্ৰী পীযূষ হাজৰিকা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যও।

দেশ–বিদেশৰ প্ৰতিটো প্ৰান্তত সুস্থ–সবল জীৱনৰ বাবে পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ থীম হৈছে Yoga for Heart Care।
First published: June 21, 2019, 6:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading