உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Covid 19 : ডিব্ৰুগড়ত কোৰোণাৰ ভয়াৱহ সংক্ৰমণ, মঙলবাৰৰ দিনটোত ৫৩৮জন আক্ৰান্ত

    Covid 19 : ডিব্ৰুগড়ত কোৰোণাৰ ভয়াৱহ সংক্ৰমণ, মঙলবাৰৰ দিনটোত ৫৩৮জন আক্ৰান্ত

    প্ৰতীকী ফটো

    প্ৰতীকী ফটো

    ডিব্ৰুগড় জিলা ও সত্ৰ নায়াধীশ আদালতৰ দণ্ডাধীশ, কৰ্মচাৰী, অধিবক্তাসহ মুঠ ৪৬জন আক্ৰান্ত হৈছে। যোৱাকালিৰ দিনটোত ৫৩৮ জনৰ দেহত নতুনকৈ কোভিড।

    • Share this:
    ডিব্ৰুগড়ত কোৰোণাৰ ভয়াৱহ সংক্ৰমণ। ডিব্ৰুগড়ত বিগত দিনকেইটাত ব্যাপক হাৰত সংক্ৰমিত হৈছে কোভিড-১৯। ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালিকা কৃষ্ণা কেম্প্ৰাই কোভিডত আক্ৰান্ত হৈছে। আনহাতে ডিব্ৰুগড় জিলা ও সত্ৰ নায়াধীশ আদালতৰ দণ্ডাধীশ, কৰ্মচাৰী, অধিবক্তাসহ মুঠ ৪৬জন আক্ৰান্ত হৈছে। যোৱাকালিৰ দিনটোত ৫৩৮ জনৰ দেহত নতুনকৈ কোভিড।
    Published by:Sanjay Kumar Das
    First published: