উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
ভাস্কৰ জ্যোতি হাজৰিকাঃ মৰিগাঁৱত হ’ব আজি এক ব্যতিক্ৰমী অনুষ্ঠান। সেই উপলক্ষে এতিয়া উখল মাখল চৌদিশ। জিলাখনৰ তৰুণৰাম খেলপথাৰত আজি জন্মাষ্টমীৰ বিশাল আয়োজন। মৰিগাঁও প্ৰশাসন আৰু কেইবাটাও সংগঠনৰ উদ্যোগত ৫হাজাৰ শিশুৱে আজি একেলগে কৰিব কৃষ্ণৰ নৃত্য প্ৰদৰ্শন । অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|