মৰিগাঁৱত আজি একেলগে নাচিব ৫হাজাৰ শিশু কৃষ্ণই

উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

News18-Assam
Updated:August 24, 2019, 11:51 AM IST
মৰিগাঁৱত আজি একেলগে নাচিব ৫হাজাৰ শিশু কৃষ্ণই
উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
News18-Assam
Updated: August 24, 2019, 11:51 AM IST
ভাস্কৰ জ্যোতি হাজৰিকাঃ মৰিগাঁৱত হ’ব আজি এক ব্যতিক্ৰমী অনুষ্ঠান। সেই উপলক্ষে এতিয়া উখল মাখল চৌদিশ। জিলাখনৰ তৰুণৰাম খেলপথাৰত আজি  জন্মাষ্টমীৰ বিশাল আয়োজন। মৰিগাঁও প্ৰশাসন আৰু কেইবাটাও সংগঠনৰ উদ্যোগত ৫হাজাৰ শিশুৱে আজি একেলগে কৰিব কৃষ্ণৰ নৃত্য প্ৰদৰ্শন । অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

 
আৰু চাওক পৰৱৰ্তী বাতৰি