• Home
  • »
  • News
  • »
  • assam
  • »
  • তিনিচুকীয়াত ৫০জন সন্দেহজনক নাগৰিকক আটক

তিনিচুকীয়াত ৫০জন সন্দেহজনক নাগৰিকক আটক

অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডলৈ গৈছিল সন্দেহজনক লোকসকল ৷

অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডলৈ গৈছিল সন্দেহজনক লোকসকল ৷

অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডলৈ গৈছিল সন্দেহজনক লোকসকল ৷

  • Share this:
কাকপথাৰৰ ডিৰাক গে’টত সন্দেহজনক ৫০জন নাগৰিকক আটক৷ অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডলৈ গৈছিল সন্দেহজনক লোকসকল ৷ তিনিচুকীয়াৰ পৰশুৰাম সেৱা সমিতি নামৰ সংস্থাটোৱে নিছিল লোকসকলক৷


তিনিখন ট্ৰাকত নিয়া সন্দেহজনক লোকসকলৰ নাই কোনো স্থায়ী প্ৰমাণ পত্ৰ, পৰিচয় পত্ৰ৷ স্থানীয় সংগঠনে আটক কৰি ৰাখিছে সন্দেহজনক নাগৰিক সকলক৷


চাওক ভিডিঅ’ :


Published by:Sanjay Kumar Das
First published: