
অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডলৈ গৈছিল সন্দেহজনক লোকসকল ৷
অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডলৈ গৈছিল সন্দেহজনক লোকসকল ৷
কাকপথাৰৰ ডিৰাক গে’টত সন্দেহজনক ৫০জন নাগৰিকক আটক৷ অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডলৈ গৈছিল সন্দেহজনক লোকসকল ৷ তিনিচুকীয়াৰ পৰশুৰাম সেৱা সমিতি নামৰ সংস্থাটোৱে নিছিল লোকসকলক৷
তিনিখন ট্ৰাকত নিয়া সন্দেহজনক লোকসকলৰ নাই কোনো স্থায়ী প্ৰমাণ পত্ৰ, পৰিচয় পত্ৰ৷ স্থানীয় সংগঠনে আটক কৰি ৰাখিছে সন্দেহজনক নাগৰিক সকলক৷
চাওক ভিডিঅ’ :
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|