• Home
  • »
  • News
  • »
  • assam
  • »
  • গোৱালপাৰাৰ লক্ষীপুৰত দ খাৱৈত আবদ্ধ ৫টা বনৰীয়া হাতী

গোৱালপাৰাৰ লক্ষীপুৰত দ খাৱৈত আবদ্ধ ৫টা বনৰীয়া হাতী

মেঘালয়ৰ পৰা নামি অহা এটা বন্যহস্তীৰ বৃহৎ জাক বিগত এক–ডেৰ বছৰৰ পৰা লক্ষীপুৰৰ বিভিন্ন অঞ্চলত চলাই আহিছে  তাণ্ডৱ।

  • Share this:
গোৱালপাৰাৰ লক্ষীপুৰৰ চৈ বাৰীত দ খাৱৈত পৰি ৫ টাকৈ বনৰীয়া হাতী আবদ্ধ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্ত বিভিন্ন অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত। মেঘালয়ৰ পৰা নামি অহা এটা বন্যহস্তীৰ বৃহৎ জাক বিগত এক–ডেৰ বছৰৰ পৰা লক্ষীপুৰৰ বিভিন্ন অঞ্চলত চলাই আহিছে  তাণ্ডৱ।

জানিব পৰা মতে, বুধবাৰে বান্দৰ মাথা, কুৰ্শা পাকৰি অঞ্চলৰ পৰা চৈবাৰী অঞ্চলত প্ৰৱেশ কৰে বৃহৎ হাতীৰ জাকটোৱে। নিশা পোৱালিসহ ৫টা হাতী দ খাৱৈত পৰি আবদ্ধ হৈ পৰে। ঘটনাস্থলীত লক্ষীপুৰ বন বিভাগৰ লোক উপস্থিত হৈছে যদিও কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: