গুৱাহাটী ষ্টেচনত জালত পৰিল ৫ ৰহিংগ্যা

গুৱাহাটী ৰে’ল ষ্টেচনত ৫ ৰহিংগ্যাক আটক। গুৱাহাটীৰ পৰা দিল্লীলৈ যোৱা অৱস্থাত আৰক্ষীয়ে আটক কৰে ৫ ৰহিংগ্যাক।

news18assam
Updated:May 14, 2019, 12:00 PM IST
গুৱাহাটী ষ্টেচনত জালত পৰিল ৫ ৰহিংগ্যা
গুৱাহাটী ৰে’ল ষ্টেচনত ৫ ৰহিংগ্যাক আটক। গুৱাহাটীৰ পৰা দিল্লীলৈ যোৱা অৱস্থাত আৰক্ষীয়ে আটক কৰে ৫ ৰহিংগ্যাক।
news18assam
Updated: May 14, 2019, 12:00 PM IST
গুৱাহাটী ৰে’ল ষ্টেচনত ৫ ৰহিংগ্যাক আটক। গুৱাহাটীৰ পৰা দিল্লীলৈ যোৱা অৱস্থাত আৰক্ষীয়ে আটক কৰে ৫ ৰহিংগ্যাক। আটক কমল হুছেইন, এম ডি জুবেৰ, মাক্কামায়াম চেন্নাস, নুৰুল হাকিম আৰু মহম্মদ কালিমূলা।

মাক্কামায়াম চেন্নাসৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ভুৱা আধাৰ কাৰ্ড। দলটোৰ পৰা আৰক্ষীয়ে লাভ কৰিছে বহু আপত্তিজনক তথ্য। আটাইকে সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি