
SSAৰৰ অন্তৰ্গত ঠিকাভিত্তিক শিক্ষকৰ বাবে আহিছে ভালখবৰ।
SSAৰৰ অন্তৰ্গত ঠিকাভিত্তিক শিক্ষকৰ বাবে আহিছে ভালখবৰ।
SSAৰ অন্তৰ্গত ঠিকাভিত্তিক শিক্ষকৰ বাবে আহিছে ভালখবৰ। শিক্ষকসকলৰ মৰগীয়া বানচ ৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা লাভ কৰিব এই বৰ্ধিত মৰগীয়া বানচ।
জানুৱাৰী মাহৰ প্ৰথমখন কেবিনেট বৈঠকত এইসকল শিক্ষকৰ মৰগীয়া বানচ বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে। আৰু কেবিনেটৰ সিদ্ধান্তৰ পিছতে নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|