
হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত অব্যাহত আছে বৈঠক।
হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত অব্যাহত আছে বৈঠক।
হিমন্ত বিশ্ব শর্মাৰ বাসগৃহত উপস্থিত কাৰ্বি পাহাৰৰ ৫জন নৱনিৰ্বাচিত বিধায়ক। তুলিৰাম ৰংহাঙৰ নেতৃত্বত অহা ৫ বিধায়কসকলে বিচাৰিছে হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হোৱাতো। সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টকৈ ক'লে, ‘‘আমি হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রী হিচাপে বিচাৰো।’’ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত অব্যাহত আছে বৈঠক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|