உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হিমন্ত বিশ্ব শর্মাৰ বাসগৃহত কাৰ্বি পাহাৰৰ ৫ জন নৱনিৰ্বাচিত বিধায়ক, ক’লে – আমি হিমন্ত বিশ্বক মুখ্যমন্ত্ৰী হিচাপে বিচাৰো

    হিমন্ত বিশ্ব শর্মাৰ বাসগৃহত কাৰ্বি পাহাৰৰ ৫ জন নৱনিৰ্বাচিত বিধায়ক, ক’লে – আমি হিমন্ত বিশ্বক মুখ্যমন্ত্ৰী হিচাপে বিচাৰো

    হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত অব্যাহত আছে বৈঠক।

    হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত অব্যাহত আছে বৈঠক।

    হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত অব্যাহত আছে বৈঠক।

    • Share this:
    হিমন্ত বিশ্ব শর্মাৰ বাসগৃহত উপস্থিত কাৰ্বি পাহাৰৰ ৫জন নৱনিৰ্বাচিত বিধায়ক। তুলিৰাম ৰংহাঙৰ নেতৃত্বত অহা ৫ বিধায়কসকলে বিচাৰিছে হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হোৱাতো। সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টকৈ ক'লে, ‘‘আমি হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রী হিচাপে বিচাৰো।’’ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত অব্যাহত আছে বৈঠক।
    Published by:Sanjay Kumar Das
    First published: