
ৰিখ্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.২
ৰিখ্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.২
‘ফণী’ৰ আতংকৰ মাজতে অসমত ভূমিকম্প। ৪ বাজি ৩৪ মিনিটত সমগ্ৰ উত্তৰ–পূবতে ভূমিকম্পৰ জোকাৰণি অনুভূত। ৰিখ্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৪। ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰৰ সমীপৱৰ্তী অঞ্চল।
![]()
সবিশেষ পঢ়কঃ
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|