ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ৰিখ্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.২

news18assam
Updated:May 4, 2019, 5:14 PM IST
ৰাজ্যত ভূমিকম্পৰ জোকাৰণি
ৰিখ্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.২
news18assam
Updated: May 4, 2019, 5:14 PM IST
‘ফণী’ৰ আতংকৰ মাজতে অসমত ভূমিকম্প। ৪ বাজি ৩৪ মিনিটত সমগ্ৰ উত্তৰ–পূবতে ভূমিকম্পৰ জোকাৰণি অনুভূত। ৰিখ্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৪। ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰৰ সমীপৱৰ্তী অঞ্চল। 
সবিশেষ পঢ়কঃ
আৰু চাওক পৰৱৰ্তী বাতৰি