মুখ্যপৃষ্ঠা »খবৰ »অসম »Coronaই আমাক শেষ কৰিলে, এপদ এপদকৈ ঘৰৰ চকী-বিচনা আদি সকলো সামগ্ৰী বিক্ৰী কৰিছো: ৪মাহে বন্ধ থৈ থকা সাপ্তাহিক বজাৰৰ ব্যৱসায়ীৰ আৰ্তনাদ...

Coronaই আমাক শেষ কৰিলে, এপদ এপদকৈ ঘৰৰ চকী-বিচনা আদি সকলো সামগ্ৰী বিক্ৰী কৰিছো: ৪মাহে বন্ধ থৈ থকা সাপ্তাহিক বজাৰৰ ব্যৱসায়ীৰ আৰ্তনাদ...

বৰ্তমান ৰাজ্যত ক’ভিড(Covid) পৰিস্থিতি যথেষ্ট উন্নত ৷ লাহে লাহে দোকানসমূহ(Shop) খোলাৰ নিৰ্দেশ আহিছে , শিথিল কৰা হৈছে সান্ধ্য আইনৰ(Curfew) সময়সীমাও। কিন্তু বিগত চাৰিটা মাহে বন্ধ হৈ থকা সাপ্তাহিক বজাৰসমূহ ৷ যাৰ ফলত ব্যৱসায়ী সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে ৷

  • Share this:
বৰ্তমান ৰাজ্যত ক’ভিড(Covid) পৰিস্থিতি যথেষ্ট উন্নত ৷ লাহে লাহে দোকানসমূহ(Shop) খোলাৰ নিৰ্দেশ আহিছে , শিথিল কৰা হৈছে সান্ধ্য আইনৰ(Curfew) সময়সীমাও। কিন্তু বিগত চাৰিটা মাহে বন্ধ হৈ থকা সাপ্তাহিক বজাৰসমূহ ৷ যাৰ ফলত ব্যৱসায়ী সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে ৷ এই সাপ্তাহিক বজাৰৰ ব্যৱসায়ী সকলৰ এতিয়া দুখ দুৰ্দশাৰ অন্ত নাই ৷

এফালে মহামাৰীৰ ভয় , আনফালে পেটৰ তাৰণা ৷ ক’ত যাব , কি কৰিব? কেনেকৈ পোহপাল দিব পৰিয়াল ? এই চিন্তাই জুৰুলা কৰিছে দুধনৈৰ প্ৰায় ৫০০ ক্ষুদ্ৰ ব্যৱসায়ীক ৷ যোৱা মে’ মাহৰ পৰাই ক’ৰোনাৰ ভয়াৱহতাৰ বাবে হাট বজাৰ আৰু সাপ্তাহিক বজাৰ সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছিল চৰকাৰে ৷ ৰাজ্য ইতিমধ্যে আংশিক ল’কডাউন শিথিলতা আৰম্ভ হৈছে কিন্তু এতিয়ালৈকে গোৱালপাৰাৰ সাপ্তাহিক বজাৰসমূহ খোলাৰ নিৰ্দেশ নিদিয়াত চৰম সমস্যাত ভূগিছে ব্যৱসায়ীসকল ৷ আৰ্থিকভাৱে জুৰুলা হোৱাৰ লগতে পৰিয়াল পোহ পাল দিয়াৰ ক্ষেত্ৰত যথেষ্ট কষ্ট হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ৷ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী পৰিয়ালক যোগান ধৰিব নোৱাৰি হতাশগ্ৰস্ত এতিয়া শ শ ব্যৱসায়ী ৷ ব্যৱসায়ী কৰিব নোৱাৰা ব্যৱসায় সকলে ঘৰৰ সা-সম্পত্তি বিক্ৰী কৰি ঘৰ চলাব ল’গা হৈছে বুলিও News18ৰ আগত সেমেকা চকুৰে প্ৰকাশ কৰে দুৰ্ভগীয়া ব্যৱসায়ীসকলে ৷ চৰকাৰলৈ আহ্বান - অতি শীঘ্ৰে ব্যৱসায়ী সকলক সকাহ দিয়াৰ কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক ৷ জীৱিকাৰ বাবে একমাত্ৰ এই ব্যৱসায়টোকে সাৰথি কৰি দৈনন্দিন জীৱন চলোৱা যোৱা ব্যৱসায়ীসকলৰ ব্যৱসায় বন্ধ হৈ পৰাত হতাশাত ভূগিছে তেওঁলোক ৷

শেহতীয়া বাতৰি