• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যত শীঘ্ৰে নিযুক্তি দিয়া হ’ব ৪৩ হাজাৰ জনজাতীয় শিক্ষক... দুধনৈত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বহু প্ৰতিশ্ৰুতি

ৰাজ্যত শীঘ্ৰে নিযুক্তি দিয়া হ’ব ৪৩ হাজাৰ জনজাতীয় শিক্ষক... দুধনৈত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বহু প্ৰতিশ্ৰুতি

গোৱালপাৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়ে বহু প্ৰতিশ্ৰুতি-

গোৱালপাৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়ে বহু প্ৰতিশ্ৰুতি-

গোৱালপাৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়ে বহু প্ৰতিশ্ৰুতি-

  • Share this:
বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ল দুধনৈত। দুধনৈত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে আয়োজন কৰা বিশাল গণ সমাৱেশত উপস্থিত থাকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আৰু কোৰোণাৰ বাবে ৰাজ্যত উন্নয়নমূলক কাম-কাজৰ গতি লেমেহীয়া হ'ল।'

গোৱালপাৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়ে বহু প্ৰতিশ্ৰুতি-

  •  দুধনৈত নিৰ্মাণ হ’ব এখন আয়ুৰ্বেদিক কলেজ ৷

  • গোৱালপাৰাত স্থাপন হ’ব চিকিৎসা মহাবিদ্যালয় ৷

  • অতি শীঘ্ৰে ৪৩ হাজাৰ জনজাতীয় শিক্ষক নিযুক্তি দিয়া হ’ব ৷

  • ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ’ব ৷


সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচী প্ৰদানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছে বুলি উল্লেখ কৰে। ইফালে কংগ্ৰেছ দলক কটাক্ষ কৰি মন্ত্ৰী শৰ্মাই কয় যে, 'কংগ্ৰেছে লুঙী, টুপী, পাইজামাৰ আঁচনিহে লৈছিল৷ আমি ছাত্ৰ-ছাত্ৰী, সাধাৰণ ৰাইজ, শিক্ষক, কৃষকৰ উন্নয়নৰ বাবে আঁচনি লৈছো৷'
Published by:Himangshu Bhuyan
First published: