• Home
  • »
  • News
  • »
  • assam
  • »
  • কাজিৰঙাত গঁড় হত্যা কৰিবলৈ আহি বিহালীত জালত পৰিল ৪ চোৰাং চিকাৰী

কাজিৰঙাত গঁড় হত্যা কৰিবলৈ আহি বিহালীত জালত পৰিল ৪ চোৰাং চিকাৰী

চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে অভিযানকাৰী দলে।

চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে অভিযানকাৰী দলে।

চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে অভিযানকাৰী দলে।

  • Share this:
বিহালীৰ বতীয়ামাৰীত ৪ চোৰাংচিকাৰীক গ্ৰেপ্তাৰ। কাজিৰঙাৰ ষষ্ঠ সংযোজনত গঁড় হত্যাৰ উদ্দেশ্যে প্ৰৱেশ কৰিছিল চিকাৰীকেইটা। আৰক্ষী-বন বিভাগৰ অপৰাধ অনুসন্ধান শাখাৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় চাৰি চোৰাং চিকাৰী। ধৃত চিকাৰীকেইটাৰ নাম পাওচনথাং গুইটে, বাবুল দাস, বিমল বণিয়া আৰু সুখদেৱ মুখীয়া। চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে অভিযানকাৰী দলে।
First published: