৪ দিনৰ আৰক্ষীৰ জিন্মালৈ উগ্ৰতাৰা বিগ্ৰহ চুৰি কৰা ঘটনাত অভিযুক্ত ৬

১০ দিনৰ জিম্মাত বিচাৰিছিল তদন্তকাৰী আৰক্ষীয়ে। আদালতে ৪ দিনৰ বাবে প্ৰেৰণ কৰে ৬ অভিযুক্তক

news18assam
Updated:May 6, 2019, 8:12 PM IST
৪ দিনৰ আৰক্ষীৰ জিন্মালৈ উগ্ৰতাৰা বিগ্ৰহ চুৰি কৰা ঘটনাত অভিযুক্ত ৬
১০ দিনৰ জিম্মাত বিচাৰিছিল তদন্তকাৰী আৰক্ষীয়ে। আদালতে ৪ দিনৰ বাবে প্ৰেৰণ কৰে ৬ অভিযুক্তক
news18assam
Updated: May 6, 2019, 8:12 PM IST
৪ দিনৰ আৰক্ষীৰ জিন্মালৈ উগ্ৰতাৰা বিগ্ৰহ চুৰি কৰা ঘটনাত অভিযুক্ত। ১০ দিনৰ জিম্মাত বিচাৰিছিল তদন্তকাৰী আৰক্ষীয়ে। আদালতে ৪ দিনৰ বাবে প্ৰেৰণ কৰে ৬ অভিযুক্তক। ৪ দিনৰ জিম্মাৰ অন্তত আজি হাজিৰ কৰাইছিল আদালতত। চান হুছেইন, আদিল আলী, ৰাহুল আলী, মিণ্টু ৰায়, চামচুল আলী আৰু আজিজুৰ আলীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। ২০১৮ চনৰ ১৬ নৱেম্বৰত মন্দিৰৰ পৰা চুৰি হৈছিল বিগ্ৰহ। ৫ মাহ ১৬ দিনৰ পিছত উদ্ধাৰ হৈছিল বিগ্ৰহটো। টিহুৰ দলৈগাঁৱৰ পৰা উদ্ধাৰ কৰিছিল চুৰি বিগ্ৰহটো।
আৰু চাওক পৰৱৰ্তী বাতৰি