মহানগৰীৰ চূণচালিত ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰি কিশোৰ

সন্ধানহীন কিশোৰকেইটাৰ সন্ধানত উদ্ধাৰ অভিযান চলাইছে SDRF আৰু নদী আৰক্ষীয়ে।

News18-Assam
Updated:September 8, 2019, 4:39 PM IST
মহানগৰীৰ চূণচালিত ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰি কিশোৰ
সন্ধানহীন কিশোৰকেইটাৰ সন্ধানত উদ্ধাৰ অভিযান চলাইছে SDRF আৰু নদী আৰক্ষীয়ে।
News18-Assam
Updated: September 8, 2019, 4:39 PM IST
মহানগৰীৰ চূণচালিৰ ৰামছিং চাপৰিত অঘটন। গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন চাৰি কিশোৰ। সন্ধানহীন কিশোৰকেইটাৰ সন্ধানত উদ্ধাৰ অভিযান চলাইছে SDRF আৰু নদী আৰক্ষীয়ে। ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা কিশোৰ কেইটা হৈছে নুনমাটি নিজৰাপাৰৰ ছাইদুল হুছেইন, ছানিদুল আলী, নাছিৰ আলী আৰু নাজিৰুল আলী। মুঠ ১২টি কিশোৰে গা ধুবলৈ গৈছিল ব্ৰহ্মপুত্ৰত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি