• Home
  • »
  • News
  • »
  • assam
  • »
  • মহিলাক বলাৎকাৰ কৰি অশ্লীল ভিডিঅ’ প্ৰচাৰ কৰা ৪ বলাত্‍কাৰী আটক

মহিলাক বলাৎকাৰ কৰি অশ্লীল ভিডিঅ’ প্ৰচাৰ কৰা ৪ বলাত্‍কাৰী আটক

ধৃত ৰাজেশ চৌহান, চন্দন চৌহান, চন্দিকা আৰু অজয় লাহন। মাইলু আৰু কাকীৰ পৰা গ্ৰেপ্তাৰ আটাইকেইটা বলাৎকাৰীকে।

  • Share this:
    হোজাইত আৰক্ষীৰ জালত ৪ বলাত্‍কাৰী। ধৃত ৰাজেশ চৌহান, চন্দন চৌহান, চন্দিকা আৰু অজয় লাহন। মাইলু আৰু কাকীৰ পৰা গ্ৰেপ্তাৰ আটাইকেইটা বলাৎকাৰীকে। এগৰাকী মহিলাক বলাৎকাৰ কৰিছিল এই ৪ পাষণ্ডই। বলাৎকাৰ কৰাৰ অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰি প্ৰচাৰ কৰিছিল ছচিয়েল মিডিয়াত।
    First published:

    শেহতীয়া বাতৰি