Earthquake in Assam: ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি, জানক সবিশেষ

News18 Assam | News18-Assam
Updated:May 3, 2021, 6:41 PM IST
Earthquake in Assam: ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি, জানক সবিশেষ
সঘনাই ভূমিকম্প অহাত এতিয়া ৰাইজৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰিছে।

সঘনাই ভূমিকম্প অহাত এতিয়া ৰাইজৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰিছে।

  • Share this:

  • ৰাজ্যত পুনৰ মৃদু ভূমিকম্পৰ জোকাৰণি।

  • সন্ধিয়া ৬.১৬ বজাত অহা ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা।


  • ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত  ৪.২।

  • সমতলৰ পৰা ২০.৬ কিলোমিটাৰ গভীৰতাত অনুভূত হয় এই ভূমিকম্পটো।

  • এনেদৰে সঘনাই ভূমিকম্প অহাত এতিয়া ৰাইজৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰিছে।

Published by: Himangshu Bhuyan
First published: May 3, 2021, 6:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি