গুৱাহাটীবাসীৰ বাবে ভয়ংকৰ খবৰ, এটা দিনতে গুৱাহাটীত ৩৮০জনৰ দেহত ধৰা পৰিল কোভিড পজিটিভ

News18 Assam | News18-Assam
Updated:July 1, 2020, 8:41 AM IST
গুৱাহাটীবাসীৰ বাবে ভয়ংকৰ খবৰ, এটা দিনতে গুৱাহাটীত ৩৮০জনৰ দেহত ধৰা পৰিল কোভিড পজিটিভ
মঙলবাৰে সমগ্ৰ ৰাজ্যত ৬১৩জন লোকৰ দেহত ধৰা পৰে কোৰোণা ভাইৰাছৰ উপস্থিতি।

মঙলবাৰে সমগ্ৰ ৰাজ্যত ৬১৩জন লোকৰ দেহত ধৰা পৰে কোৰোণা ভাইৰাছৰ উপস্থিতি।

  • Share this:
অসমত ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোভিড–১৯ মহামাৰীয়ে। গুৱাহাটী মহানগৰীতো দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোণা ৰোগীৰ সংখ্যা। মঙলবাৰে সমগ্ৰ ৰাজ্যত ৬১৩জন লোকৰ দেহত ধৰা পৰে কোৰোণা ভাইৰাছৰ উপস্থিতি। ইয়াৰ ভিতৰত ৩৮০জনেই গুৱাহাটী মহানগৰীৰ।

মঙলবাৰৰ দিনটোলৈ অসমত কোৰোণাত আক্ৰান্তৰ সংখ্যা হয়গৈ মুঠ ৮৪০৭জন। ইয়াৰ ভিতৰত সুস্থ হৈ হাস্পতালৰ পৰা উভতিছে ৫৬৪৭জন ৰোগী। বৰ্তমান চিকিৎসাধীন হৈ আছে ২৭৪৫জন। ৰাজ্যত এই ভাইৰাছৰ কবলত পৰি মৃত্যু হৈছে ১২জন লোকৰ।

First published: July 1, 2020, 8:41 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading