உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Covid 19 : সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো উদ্বেগজনকভাৱে বৃদ্ধি কোভিডত আক্ৰান্তৰ সংখ্যা, মঙলবাৰৰ দিনটোত আক্ৰান্ত ৩৬১জন

    Covid 19 : সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো উদ্বেগজনকভাৱে বৃদ্ধি কোভিডত আক্ৰান্তৰ সংখ্যা, মঙলবাৰৰ দিনটোত আক্ৰান্ত ৩৬১জন

    ইতিমধ্যে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়ত বাধ্যতামূলক কৰা হৈছে কোভিড টেষ্ট।

    ইতিমধ্যে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়ত বাধ্যতামূলক কৰা হৈছে কোভিড টেষ্ট।

    ইতিমধ্যে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়ত বাধ্যতামূলক কৰা হৈছে কোভিড টেষ্ট।

    • Share this:
    সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো উদ্বোগজনকভাৱে বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত লোকৰ সংখ্যা। জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা ১৬৬৯ জনলৈ বৃদ্ধি পাইছে। মঙলবাৰে কামৰূপ জিলাত ৩৬১জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ইতিমধ্যে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়ত বাধ্যতামূলক কৰা হৈছে কোভিড টেষ্ট। ৰাজহুৱা স্থানত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে কঠোৰ হ’ব প্ৰশাসন। কামৰূপ জিলা প্ৰশাসনে ইতিমধ্যে জনসাধাৰণৰ সুবিধাৰ্থে মুকলি কৰিছে ফোন নম্বৰ।
    Published by:Sanjay Kumar Das
    First published: