News18 AssamNews18 Assam
|
News18-Assam Updated:May 28, 2020, 4:00 PM IST
আৰু ৩৩জন লোকৰ দেহত পোৱা গৈছে কোভিড–১৯ৰ অৱস্থিতি।
আৰু ৩৩জন লোকৰ দেহত পোৱা গৈছে কোভিড–১৯ৰ অৱস্থিতি।
অসমত ৮৩১জনলৈ বৃদ্ধি পালে কোভিড–১৯ত আক্ৰান্ত লোকৰ সংখ্যা। আৰু ৩৩জন লোকৰ দেহত পোৱা গৈছে কোভিড–১৯ৰ অৱস্থিতি। ইয়াৰ ভিতৰত নগাঁৱৰ ১০জন, কামৰূপ মেট্ৰ’ৰ ৮জন, কাছাৰৰ ৭জন, হোজাই আৰু ডিমা হাছাওৰ এজনকৈ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ দুজনকৈ লোক আছে। দুজনৰ স্থান চিনাক্ত হ’বলৈ বাকী আছে এতিয়াও। এই কথা জনালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত মুঠ সক্ৰিয় ঘটনা হ’লগৈ ৭৩৭টা। আৰোগ্য হৈছে ৮৭জন লোক।