
শুকুৰবাৰে নিশা গুৱাহাটী মহানগীৰৰ ৰাজপথত দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
শুকুৰবাৰে নিশা গুৱাহাটী মহানগীৰৰ ৰাজপথত দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
৩১ ডিচেম্বৰৰ নিশা গুৱাহাটী মহানগৰবাসীয়ে গঢ়িলে অভিলেখ। ৩১ ডিচেম্বৰৰ নিশা সুৰা ক্ৰয়ৰ ক্ষেত্ৰত গঢ়িলে এই অভিলেখ। ৩১ ডিচেম্বৰত মহানগৰীত বিক্ৰী হ'ল ৬ কোটি টকাৰ সুৰা। যোৱা বছৰতকৈ এইবাৰ যথেষ্ট বৃদ্ধি পাইছে সুৰাৰ বিক্ৰী। শনিবাৰে আৱকাৰী বিভাগে দিলে এই তথ্য।
ইফালে শুকুৰবাৰে নিশা গুৱাহাটী মহানগীৰৰ ৰাজপথত দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি নিশাও সুৰাপান কৰি গাড়ী নচলাবলৈ আহ্বান জনাইছিল সকলোকে।
ডিচেম্বৰৰ আৰম্ভণিৰে পৰা মুখ্যমন্ত্ৰীয়ে জনাই অহা আহ্বানৰ প্ৰতিও দেখা গৈছিল ৰাইজৰ ব্যাপক সঁহাৰি। শুকুৰবাৰে নিশা গুৱাহাটীত ৫৫টা স্থানত চলিছিল আৰক্ষীৰ অভিযান।১১৫টা সুৰাপান কৰি গাড়ী চলোৱা কেচ পোৱা গৈছে।যি পূৰ্বৰ বছৰবোৰৰ তুলনাত একেবাৰে নগণ্য।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|