
জানিব পৰা মতে, হাউলীৰ ৰাস চাবলৈ নলবাৰীৰ পৰা আহিছিল যুৱক তিনিজন।
জানিব পৰা মতে, হাউলীৰ ৰাস চাবলৈ নলবাৰীৰ পৰা আহিছিল যুৱক তিনিজন।
ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লগতে বজালীৰ ভৱানীপুৰ চ'কতো সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
তথ্য অনুসৰি নিয়ন্ত্ৰণ হেৰুৱাই বেৰিকেডত খুন্দা মাৰে দুখন বাইকে। বাইকত অহা তিনিজন যুৱক চিটিকি পৰি যায় পথত। পথচাৰীয়ে প্ৰত্যক্ষ কৰি সংকটজনক অৱস্থাত তিনিওজন যুৱকক উদ্ধাৰ কৰাৰ লগতে বৰপেটালৈ প্ৰেৰণ কৰে। জানিব পৰা মতে, হাউলীৰ ৰাস চাবলৈ নলবাৰীৰ পৰা আহিছিল যুৱক তিনিজন।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|