আলফা স্বাধীনত মোক্ষম আঘাত!

আত্মসমৰ্পণ কৰিলে আলফা স্বাধীনৰ ৩ দুৰ্ধৰ্ষ সদস্যই। তিনিচুকীয়াত সেনা-আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে সদস্য তিনিজনে।

news18assam
Updated:May 15, 2019, 11:06 AM IST
আলফা স্বাধীনত মোক্ষম আঘাত!
আত্মসমৰ্পণ কৰিলে আলফা স্বাধীনৰ ৩ দুৰ্ধৰ্ষ সদস্যই। তিনিচুকীয়াত সেনা-আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে সদস্য তিনিজনে।
news18assam
Updated: May 15, 2019, 11:06 AM IST
আলফা স্বাধীনত মোক্ষম আঘাত। আত্মসমৰ্পণ কৰিলে আলফা স্বাধীনৰ ৩ দুৰ্ধৰ্ষ সদস্যই। তিনিচুকীয়াত সেনা-আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে সদস্য তিনিজনে। আত্মসমৰ্পণ কৰা সদস্য তিনিজন হ’ল বিনোদ দহোটীয়া ওৰফে স্বদেশ অসম, বুবুল মৰাণ ওৰফে টাইগাৰ অসম আৰু চন্দ্ৰকান্ত বৰগোহাঁই ওৰফে টিপং অসম।

সেনা–আৰক্ষীৰ ওচৰত সদস্য তিনিজনে জমা দিয়ে এটা MQ 81, এটা HK 33, এটা AK 56, ৯টা মেগাজিন, দুটা গ্ৰেনেড আৰু ৪০০ৰো অধিক গুলী।
আৰু চাওক পৰৱৰ্তী বাতৰি