সত্ৰৰ কণ কণ বৈষ্ণৱৰ চুলি খুৰোৱা ৩ শিক্ষকক বদলি

প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়া, ৰূপেশ্বৰ বৰা আৰু কমল দত্তক বদলিৰ নিৰ্দেশ।

news18assam
Updated:April 30, 2019, 7:39 PM IST
সত্ৰৰ কণ কণ বৈষ্ণৱৰ চুলি খুৰোৱা ৩ শিক্ষকক বদলি
প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়া, ৰূপেশ্বৰ বৰা আৰু কমল দত্তক বদলিৰ নিৰ্দেশ।
news18assam
Updated: April 30, 2019, 7:39 PM IST
মাজুলীৰ ৩ গৰাকী শিক্ষকক শাস্তিমূলক বদলি। আউনীআটী সত্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৩ শিক্ষক বদলি। প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়া, ৰূপেশ্বৰ বৰা আৰু কমল দত্তক বদলিৰ নিৰ্দেশ।

দুয়োজন বিদ্যালয়খনৰ বিষয় শিক্ষক। বলপূৰ্বকভাৱে ক্ষুৰাইছিল সত্ৰৰ কণ কণ বৈষ্ণৱৰ চুলি। ঐতিহাসিক পৰম্পৰাক ভৰিৰে মোহাৰিছিল শিক্ষকজনে। ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছিল স্থানীয় ৰাইজ আৰু দল-সংগঠন।

আৰু চাওক পৰৱৰ্তী বাতৰি