অসমত আৰু তিনিজনৰ দেহত কোভিড–১৯ পজিটিভ, মুঠ আক্ৰান্তৰ সংখ্যা হ’লগৈ ২৫৯

News18 Assam | News18-Assam
Updated:May 22, 2020, 9:44 PM IST
অসমত আৰু তিনিজনৰ দেহত কোভিড–১৯ পজিটিভ, মুঠ আক্ৰান্তৰ সংখ্যা হ’লগৈ ২৫৯
মুঠ আক্ৰান্তৰ ভিতৰত হাস্পতালত চিকিৎসাধীন হৈ আছে ১৯৮জন। ৫৪জন লোক সুস্থ হৈছে অসমত।

মুঠ আক্ৰান্তৰ ভিতৰত হাস্পতালত চিকিৎসাধীন হৈ আছে ১৯৮জন। ৫৪জন লোক সুস্থ হৈছে অসমত।

  • Share this:
অসমত আৰু তিনিজন লোকৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছ। আক্ৰান্ত লোককেইজন হ’ল ক্ৰমে নগাঁও, তিনিচুকীয়া আৰু শিৱসাগৰৰ। বৰ্তমানলৈ অসমত কোভিড–১৯ত আক্ৰান্তৰ মুঠ সংখ্যা হ’লগৈ ২৫৯জন। এই কথা টুইটাৰযোগে জনালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুঠ আক্ৰান্তৰ ভিতৰত হাস্পতালত চিকিৎসাধীন হৈ আছে ১৯৮জন। ৫৪জন লোক সুস্থ হৈছে অসমত। চাৰিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজনক ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading