মুখ্যপৃষ্ঠা »খবৰ »অসম »Boat Accident in Morigaon : লাহৰীঘাটত ব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা, মাতৃ, পুত্ৰ আৰু কন্যাৰ মৃত্যু

Boat Accident in Morigaon : লাহৰীঘাটত ব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা, মাতৃ, পুত্ৰ আৰু কন্যাৰ মৃত্যু

বিয়া খাবলৈ টুলুঙা নাৱেৰে আন এখন চাপৰিত গৈ থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ নাও দুৰ্ঘটনা৷

বিয়া খাবলৈ টুলুঙা নাৱেৰে আন এখন চাপৰিত গৈ থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ নাও দুৰ্ঘটনা৷

বিয়া খাবলৈ টুলুঙা নাৱেৰে আন এখন চাপৰিত গৈ থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ নাও দুৰ্ঘটনা৷

  • Share this:
লাহৰীঘাটত ব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাত একেটা পৰিয়ালৰ প্ৰাণ গ'ল মাতৃ, পুত্ৰ আৰু কন্যাৰ। নাও দুৰ্ঘটনাত মৃত্যু হয় বিমলা খাতুন, জিন্নাতুল ইছলাম আৰু ইছতাৰা খাতুনৰ।

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ হামু চাপৰিত সংঘটিত হয় এই ভয়ংকৰ নাও দুৰ্ঘটনাটো। দুপৰীয়া বিয়া খাবলৈ টুলুঙা নাৱেৰে আন এখন চাপৰিত গৈ থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ নাও দুৰ্ঘটনা৷

শেহতীয়া বাতৰি