ছিপাঝাৰত ভয়ংকৰ দুৰ্ঘটনাত নিহত ৩জন, নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত সোমাল Wagon R

News18 Assam | News18-Assam
Updated:December 25, 2019, 10:53 AM IST
ছিপাঝাৰত ভয়ংকৰ দুৰ্ঘটনাত নিহত ৩জন, নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত সোমাল Wagon R
নিহতকেইজন চন্দ্ৰকান্ত দাস, প্ৰাণজিত শইকীয়া আৰু মিণ্টু নাথ।

নিহতকেইজন চন্দ্ৰকান্ত দাস, প্ৰাণজিত শইকীয়া আৰু মিণ্টু নাথ।

  • News18 Assam
  • Last Updated: December 25, 2019, 10:53 AM IST
  • Share this:
ছিপাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৩জন। নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰিল এখন ৱেগন–আৰ বাহন। দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিজন লোক। নিহতকেইজন চন্দ্ৰকান্ত দাস, প্ৰাণজিত শইকীয়া আৰু মিণ্টু নাথ। বছাচুবাত নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
আৰু চাওক
পৰৱৰ্তী বাতৰি