কেদাৰনাথত আবদ্ধ অসমৰ তিনি তীৰ্থযাত্ৰী, সহায়ৰ বাবে অসম চৰকাৰক অনুৰোধ

বানৰ বাবে দলং ভাঙি আবদ্ধ হৈ পৰিছে লোককেইজন।

News18-Assam
Updated:July 12, 2019, 10:17 AM IST
কেদাৰনাথত আবদ্ধ অসমৰ তিনি তীৰ্থযাত্ৰী, সহায়ৰ বাবে অসম চৰকাৰক অনুৰোধ
বানৰ বাবে দলং ভাঙি আবদ্ধ হৈ পৰিছে লোককেইজন।
News18-Assam
Updated: July 12, 2019, 10:17 AM IST
কেদাৰনাথত আবদ্ধ হৈ আছে অসমৰ তিনি তীৰ্থযাত্ৰী। বানৰ বাবে দলং ভাঙি আবদ্ধ হৈ পৰিছে লোককেইজন। আবদ্ধ ওদালগুৰিৰ টংলাৰ পুষ্পাঞ্জলি কলিতা, গুৱাহাটীৰ ঋতুপৰ্ণা ৰয় আৰু তেওঁৰ পুত্ৰ নিশান ভূঞা। তিনিওজনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে পৰিয়ালৰ। বৃহস্পতিবাৰৰ পৰা কোনো যোগাযোগ হোৱা নাই পৰিয়ালৰ সৈতে। বৰ্তমান কেদাৰ নাথ মন্দিৰৰ সন্মুখৰ জথপুৰ ভৱনত বাহৰ পাতি আছে শিশুসহ মহিলা দুগৰাকী।



অসম চৰকাৰক সহায়ৰ বাবে অনুৰোধ জনাইছে লোককেইজনে।
আৰু চাওক পৰৱৰ্তী বাতৰি