অসমত প্ৰত্যাহাৰ কৰা হ’ব AFSPA!

আগষ্টত অসমৰ পৰা আইনখন প্ৰত্যাহাৰৰ সম্ভাৱনা।

news18assam
Updated:May 17, 2019, 12:21 PM IST
অসমত প্ৰত্যাহাৰ কৰা হ’ব AFSPA!
আগষ্টত অসমৰ পৰা আইনখন প্ৰত্যাহাৰৰ সম্ভাৱনা।
news18assam
Updated: May 17, 2019, 12:21 PM IST
অসমৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA প্ৰত্যাহাৰৰ পৰিকল্পনা কেন্দ্ৰৰ।
আগষ্টত অসমৰ পৰা আইনখন প্ৰত্যাহাৰৰ সম্ভাৱনা। ইয়াৰ বাবে ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে কেন্দ্ৰই। সুদীৰ্ঘ ২৯ বছৰৰ মূৰত প্ৰত্যাহাৰৰ পৰিকল্পনা কেন্দ্ৰ চৰকাৰৰ। ১৯৯০ চনৰ ২৭ নৱেম্বৰত বলৱত্‍ হৈছিল AFSPA ।

টাইমছ অব ইণ্ডিয়াই প্ৰকাশ কৰিছে এই কথা


 
আৰু চাওক পৰৱৰ্তী বাতৰি