২৭ জানুৱাৰীত বন্ধ থাকিব ৰাজ্যৰ চাৰিখন জিলা, ঘোষণা কৰিলে স্থানীয় প্ৰশাসনে

News18 Assam | News18-Assam
Updated:January 21, 2021, 9:48 PM IST
২৭ জানুৱাৰীত বন্ধ থাকিব ৰাজ্যৰ চাৰিখন জিলা, ঘোষণা কৰিলে স্থানীয় প্ৰশাসনে
ডাঙৰ খবৰ

ডাঙৰ খবৰ

  • Share this:
ডাঙৰ খবৰ! অহা ২৭ জানুৱাৰীত ৰাজ্যৰ চাৰিখন জিলা বন্ধ ঘোষণা কৰা হৈছে। বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপুৰ্তি উপলক্ষে চাৰিখন জিলাত স্থানীয় প্ৰশাসনে বন্ধ ঘোষণা কৰিছে। ২৭ জানৱাৰীৰ দিনটোত বন্ধ থাকিব কোকৰাঝাৰ, ওদালগুৰি, বাক্সা, চিৰাং জিলা।

২৭ জানুৱাৰীৰ দিনটোত বন্ধ থাকিব জিলা কেইখনৰ সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান। ইতিমধ্যে এই সন্দৰ্ভত স্থানীয় প্ৰশাসনে জাননী জাৰি কৰিছে।
Published by: Himangshu Bhuyan
First published: January 21, 2021, 9:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি