உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • শিলচৰত আটক ২৬জন ৰোহিঙ্গীয়া, শিলচৰ সদৰ থানাত আৰক্ষীয়ে সোধা–পোছা অব্যাহত

    শিলচৰত আটক ২৬জন ৰোহিঙ্গীয়া, শিলচৰ সদৰ থানাত আৰক্ষীয়ে সোধা–পোছা অব্যাহত

    কি কাৰণত শিলচৰত উপস্থিত হৈছিল দলটো সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ শিলচৰ সদৰ থানাত আৰক্ষীয়ে সোধা–পোছা অব্যাহত ৰাখিছে৷

    • Share this:
    শিলচৰত আটক ২৬জন ৰোহিঙ্গীয়া৷ শিলচৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে আটাইকেজনক৷ ৰোহিঙ্গীয়া দলটো দিল্লীৰ পৰা ৰে’লযোগে শনিবাৰে পুৱা গুৱাহাটী–কামাখ্যা ষ্টেচনত উপস্থিত হৈছিল৷ কামাখ্যাৰ পৰা দুখনকৈ  ইন’ভা গাড়ীৰে আজি পুৱতিনিশা শিলচৰ উপস্থিত হয়৷ আৰু তেতিয়া শিলচৰ আৰক্ষীয়ে আটাইকেজনক আটক কৰে৷ দলটোত আঠগৰাকী মহিলা আৰু ছয়জন পুৰুষ আৰু বাকীসকল শিশু৷

    কি কাৰণত শিলচৰত উপস্থিত হৈছিল দলটো সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ শিলচৰ সদৰ থানাত আৰক্ষীয়ে সোধা–পোছা অব্যাহত ৰাখিছে৷ ম্যানমাৰত ৰোহিঙ্গীয়াসকলৰ ওপৰত চলা নিৰ্যাতনৰ সময়তে এইসকলে দেশ এৰি গোপনে জম্মু কাশ্মীৰত অশ্ৰয় লৈছিল বুলি জানিব পৰা গৈছে৷ আৰু জম্মুত দীৰ্ঘ বছৰ থকাৰ পাছত তাৰ পৰা দিল্লী হৈ শিলচৰত উপস্থিত হৈছে  দলটো৷
    Published by:Sanjay Kumar Das
    First published: